লখিমপুৰ, 16-11-2019
ENFORCEMENT বিষয়াৰ ধন দাবী, চাওক সম্পূৰ্ণ ভিডিঅ’
দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চৰকাৰী কাৰ্যালয়ত কি ঘটিছে ৷ লখিমপুৰত পোহৰলৈ আহিছে ভয়ংকৰ ধন দাবীৰ ঘটনা ৷
ENFORCEMENT বিষয়াৰ ধন দাবী, চাওক সম্পূৰ্ণ ভিডিঅ’
ধন দাবীৰগোপন দৃশ্য-
- লখিমপুৰ পৰিৱহন বিষয়াৰ কাৰ্যালয়ত ভয়ংকৰ দুৰ্নীতি
- এনফৰ্চমেণ্ট বিষয়াৰ ধন দাবী
- গোপন কেমেৰাত বন্দী এনফৰ্চমেন্ট বিষয়াৰ ধন দাবীৰ সমগ্ৰ দৃশ্য
- ডাম্পাৰ চালকক ভাবুকিৰে ধন দাবী এনফৰ্চমেণ্ট বিষয়াৰ
- 20 হাজাৰ টকাৰ তলত কথা নহয় এনফৰ্চমেন্ট বিষয়াৰ
- বৈধ ভাৱে শিল ভৰ্তি ডাম্পাৰ জব্দ কৰি অভাৰ লোডিঙৰ দোহাই দি ২০ হাজাৰ টকা দাবী
- ডকাইতৰ ৰূপত লখিমপুৰৰ এনফৰ্চমেন্ট বিষয়া পলাশ হাজৰিকা আৰু ৰাজেন পাংগিং
- কাৰ্যালয়ৰ চালকৰ হতুৱাই আদায় কৰে টকা
- প্ৰতি মাহৰ পাঁচ তাৰিখৰ ভিতৰত দুয়ো খন গাড়ীৰ বাবত চাৰি হাজাৰ টকা দিয়াৰ ধমকি
- টকা নিদিলে আকৌ গাড়ী ধৰি ভৰাই দিয়াৰ লগতে ফল বেয়া হোৱাৰ ধমক চালকক