অসম

assam

By

Published : Mar 27, 2019, 3:00 PM IST

ETV Bharat / state

বিহপুৰীয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু

বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ

বিহপুৰীয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু

বিহপুৰীয়া ,27 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অভিযান চলোৱাৰ সময়তে বুধবাৰে বিহপুৰীয়াত উপস্থিত হয় তেজপুৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু ৷

বিহপুৰীয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু
ধুতি-পাঞ্জাবী পিন্ধি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ মাধৱদেৱ থানত উপস্থিত হৈ প্ৰাৰ্থীগৰাকীয়ে গুৰুৰ আশিষ লয় ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি তেজপুৰৰ প্ৰাৰ্থীগৰাকীয়ে কয় সমাজে যি বিচাৰে মই সেইটোৱে সদায় কৰি যাম ৷

ABOUT THE AUTHOR

...view details