লখিমপুৰ , ১৭ জুন :সমগ্ৰ দেশৰ লগতে লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাই আহ্বান জনোৱা দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ প্ৰভাৱ পৰিলক্ষিত হ'ল । চিকিৎসকসকলে কৰ্মবিৰতি পালনেৰে চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লখিমপুৰত চিকিৎসকৰ ধৰ্মঘটঃ ৰোগীৰ হাহাকাৰ
চিকিৎসকৰ ধৰ্মঘটৰ ফলত ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ বিভিন্ন স্থানৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলে চিকিৎসক নথকাৰ ফলত বহু সময় অপেক্ষা কৰিবলগীয়া হয় ৷
ধৰ্মঘটত বহিল সকলো চিকিৎসক
ইপিনে চিকিৎসকৰ ধৰ্মঘটৰ ফলত ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ বিভিন্ন স্থানৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলে চিকিৎসক নথকাৰ ফলত বহু সময় অপেক্ষা কৰিবলগীয়া হয় ৷