অসম

assam

ETV Bharat / state

লখিমপুৰৰ গৰিয়াজান নদীত মৃতদেহ উদ্ধাৰ - লখিমপুৰ গৰিয়াজান নদীত মৃতদেহ বাতৰি

লখিমপুৰৰ গৰিয়াজান নদীত উদ্ধাৰ মৃতদেহ ৷ গৰিয়াজান নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো ৷

Deadbody recover at Lakhimpur Gariyajan River
গৰিয়াজান নদীত মৃতদেহ উদ্ধাৰ

By

Published : Feb 10, 2020, 4:33 PM IST

লখিমপুৰ,10 ফেব্ৰুৱাৰীঃ লখিমপুৰৰ গৰিয়াজান নদীত উদ্ধাৰ হয় মৃতদেহ ৷ গৰিয়াজান নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ মৃত ব্যক্তিজন চাপৰি গাঁৱৰ নিপেন শইকীয়া বুলি জানিব পৰা গৈছে ৷ এইপৰ্যন্ত পোহৰলৈ অহা নাই লোকজনৰ মৃত্যুৰ কাৰণ ৷

গৰিয়াজান নদীত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details