অসম

assam

লখিমপুৰৰ হাৰমতীত গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Aug 1, 2020, 4:57 PM IST

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে জব্দ কৰে গো-মাংস খিনি ৷

cow-meat-bihpuria-critical-condition
লখিমপুৰৰ হাৰমতীত গো-মাংসক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি

বিহপুৰীয়া,1আগষ্টঃলখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ হাৰমতী পাৰ্বতীপুৰত গো-মাংস কটাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । হিন্দু বসতি প্ৰধান এলেকাত একাংশ বিশেষ ধৰ্মাৱলম্বী লোকে গো-মাংস কাটি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

লখিমপুৰৰ হাৰমতীত গো-মাংসক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি

ইপিনে বাধা দিবলৈ যোৱা লোকক দা-কুঠাৰেৰে আক্ৰমণ কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ উঠিছে। ঘটনাস্থলীত লালুক হাৰমতী বান্দৰদেৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে জব্দ কৰে গো-মাংস খিনি।

লগতে পঢ়কঃ বাঁহীৰ সুৰে ৰাইজৰ মন জয় কৰিছে টীয়কৰ ভৰত হাজৰিকাই

ABOUT THE AUTHOR

...view details