অসম

assam

ETV Bharat / state

বিহপুৰীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰতিবাদ - বিহপুৰীয়া ব্ল’ক কংগ্ৰেছ

বিহপুৰীয়া ব্ল’ক কংগ্ৰেছ কাৰ্যালয়ৰ পৰা দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে এক প্ৰতিবাদী সমদল কৰি বিহপুৰীয়া নগৰখনৰ এইছ পি পে’ট্ৰল ডিপুৰ সন্মুখত অৱস্থান কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে স্বাভাৱিক পৰিৱেশ উত্তাল কৰি তোলে ৷

Congress protest at Nowboicha
বিহপুৰীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

By

Published : Feb 23, 2021, 3:24 PM IST

নাওবৈচা,২৩ জানুৱাৰী :পে’ট্ৰলজাত সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদৰ অংশস্বৰূপে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰৰ বিহপুৰীয়াতো মঙলবাৰে কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে ৷ বিহপুৰীয়া ব্ল’ক কংগ্ৰেছ কাৰ্যালয়ৰ পৰা দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে এক প্ৰতিবাদী সমদল কৰি বিহপুৰীয়া নগৰখনৰ এইছ পি পে’ট্ৰল ডিপুৰ সন্মুখত অৱস্থান কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে স্বাভাৱিক পৰিৱেশ উত্তাল কৰি তোলে ৷ বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্ল’ক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা দলটোৱে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক এই শোষণ নীতিক তীব্ৰ সমালোচনা কৰে ৷

বিহপুৰীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰতিবাদ
লগতে পঢ়ক :আজি অস্ত্ৰ সম্বৰণ কৰিব উগ্ৰপন্থী নেতা সংবিজিতে

ABOUT THE AUTHOR

...view details