অসম

assam

ETV Bharat / state

বিহপুৰীয়াত পানীত পৰি সন্ধানহীন এটি কণমানি - Child missing

বিহপুৰীয়াত শোকাৱহ ঘটনা ৷ পানীত পৰি সন্ধানহীন এটি কণমানি(Child missing in Subansiri River) ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বাঁহগড়া-ধুনাগুৰি অঞ্চলৰ ভলুকাগুৰি গাঁৱত সংঘটিত হয় এই ঘটনা ৷

Child missing in Subansiri River in Lakhimpur
বিহপুৰীয়াত পানীত পৰি সন্ধানহীন এটি কণমানি

By

Published : Sep 17, 2022, 3:49 PM IST

Updated : Sep 17, 2022, 9:06 PM IST

  • বিহপুৰীয়াত অঘটন
  • পানীত পৰি সন্ধানহীন এটি কণমানি (Child missing in Subansiri River)
  • লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বাঁহগড়া-ধুনাগুৰি অঞ্চলৰ ভলুকাগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা
  • সোৱণশিৰি নৈৰ এটি সুঁতিৰ পাৰত খেলি থকা অৱস্থাতে হঠাৎ পানীত পৰি যায় কণমানিটি
  • পিছত স্থানীয় লোকে প্ৰত্যক্ষ কৰি কণমানিটিক উদ্ধাৰৰ বাবে নামি পৰে নৈত
  • লগতে SDRF কো খবৰ দিয়ে স্থানীয় লোকে
  • SDRF ৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে
  • কিন্তু এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই কণমানিটিক
  • সন্ধানহীন কণমানিটি জেঙেৰাই শিঙিমাৰি গাঁৱৰ পবিত্ৰ পেগু আৰু কবিতা পেগুৰ কন্যা মেগনা পেগু(2)
    বিহপুৰীয়াত পানীত পৰি সন্ধানহীন এটি কণমানি
Last Updated : Sep 17, 2022, 9:06 PM IST

ABOUT THE AUTHOR

...view details