অসম

assam

By

Published : May 7, 2020, 3:22 PM IST

ETV Bharat / state

আজি পৱিত্ৰ বৌদ্ধ পূৰ্ণিমা..

স্বভাৱতে নিৰ্জু লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰৰ, বৰখামতি, গোসাঁইবাৰী, শ্ৰীভূঞা গাঁৱৰ খামটি লোকসকলে তেওঁলোকৰ বৌদ্ধ বিহাৰত চৰকাৰৰ নীতি নিৰ্দেশনা মানি কেৱল পতাকা উত্তোলন কৰিয়ে সামৰিলে বৌদ্ধ পূৰ্ণিমা উদযাপন।

আজি পৱিত্ৰ বৌদ্ধ পূৰ্ণিমা
আজি পৱিত্ৰ বৌদ্ধ পূৰ্ণিমা

বিহপুৰীয়া, 7 মে : আজি ২৫৬৪ ত্বম বৌদ্ধ পূৰ্ণিমা । বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা পৱিত্ৰ দিন। প্ৰতি বছৰে এই দিনটো উলহ মালহৰে উদযাপন কৰে বৌদ্ধধৰ্মৰ লোকসকলে। কিন্তু বৰ্তমানৰ জটিল পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰিবলগীয়া হৈছে বৌদ্ধ পূৰ্ণিমা বা বৌদ্ধ জয়ন্তী ।

আজি পৱিত্ৰ বৌদ্ধ পূৰ্ণিমা

স্বভাৱতে নিৰ্জু লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰৰ, বৰখামতি, গোসাঁইবাৰী, শ্ৰীভূঞা গাঁৱৰ খামটি লোকসকলে তেওঁলোকৰ বৌদ্ধ বিহাৰত চৰকাৰৰ নীতি নিৰ্দেশনা মানি কেৱল পতাকা উত্তোলন কৰিয়ে সামৰিলে বৌদ্ধ পূৰ্ণিমাৰ সকলো কাৰ্যসূচী ।

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ ফলত দৰ্শনাৰ্থীৰ বাবে ২৫ মে'লৈ বন্ধ বৰপথাৰৰ গ'ল্ডেন পেগুডা ।

ABOUT THE AUTHOR

...view details