- বিহপুৰীয়াৰ বামুণগাঁৱত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ
- পথৰ দাঁতিৰ এটা পুখুৰীত উদ্ধাৰ বিষ্ণু ভট্টাচাৰ্য নামৰ যুৱকজনৰ মৃতদেহ
- বুধবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন
- এছ ডি আৰ এফৰ অভিযানত উদ্ধাৰ মৃতদেহ
বিহপুৰীয়াত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ - বিহপুৰীয়া
বিহপুৰীয়াৰ বামুণগাঁৱত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ বুধবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল বিষ্ণু ভট্টাচাৰ্য নামৰ যুৱকজন ৷
![বিহপুৰীয়াত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3422347-thumbnail-3x2-ss.jpg)
বিহপুৰীয়াত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ