৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ উদুলী মুদুলী নাৰায়ণপুৰৰ বৰাৰ পো সমন্বয় ক্ষেত্ৰ। ধৰ্ম ধ্বজা উত্তোলনেৰে আৰম্ভ হ'ল একশৰণ ভাগৱতী সমাজৰ পালনাম আৰু অধিবেশন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে পুন্য ভূমিত পৰিণত হৈছে নাৰায়ণপুৰৰ বৰাৰ পো শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে চাৰি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অধিবেশন।
শংকৰদেৱৰ গুণানুকীৰ্তনেৰে মুখৰিত লখিমপুৰ জিলা - লখিমপুৰ জিলা
একশৰন ভাগৱতী সমাজৰ পালনাম আৰু অধিবেশনৰ বাবে সাজু আয়োজক সমিতি
শংকৰদেৱৰ গুণানুকীৰ্তনেৰে মুখৰিত লখিমপুৰ জিলা
উল্লেখ্য যে পালনাম আৰু অধিবেশনত শনিবাৰে মুখ্য অতিথি হিচাবে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তক আপ্ৰায়নৰ বাবে সকলো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে।