নামাজলৈ আহি হাতত গছপুলি লৈ ঘৰমুৱা হ'ল বগলীজানবাসী - বিশ্ব পৰিবেশ দিৱস
আজি পবিত্ৰ ঈদ-উল-ফিতৰৰ মাজেৰে ৰাজ্যবাসীয়ে পালন কৰিলে বিশ্ব পৰিবেশ দিৱস

সমূহিয়া নমাজলৈ আহি হাতত গছপুলি লৈ ঘৰলৈ উভতিল বগলীজানবাসী
লখিমপুৰ, 5 জুনঃ এইয়া লখিমপুৰৰ দৃশ্য ৷ ঈদৰ সমূহীয়া নামাজলৈ আহি একোটাকৈ গছপুলি হাতত লৈ ঘৰলৈ উভতিল সকলো ৷ কাৰণ বগলীজানৰ মছজিদত নামাজৰ অন্তত সকলোকে একোটাকৈ গছপুলি দিলে বগলীজান আদৰ্শ জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিলে বিদ্যালয় খনে৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন...
সমূহিয়া নমাজলৈ আহি হাতত গছপুলি লৈ ঘৰলৈ উভতিল বগলীজানবাসী