অসম

assam

ETV Bharat / state

লখিমপুৰৰ ৰাজপথত জ্বলিল অৰুণাচলৰ ৰাজ্যপালৰ পুত্তলিকা - ETV BHARAT

অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰাৰ পুত্তলিকা দাহ কৰিলে AJYCP য়ে

লখিমপুৰৰ ৰাজপথত জ্বলিল অৰুণাচলৰ ৰাজ্যপালৰ পুত্তলিকা

By

Published : Jun 6, 2019, 5:25 PM IST

লখিমপুৰৰ ৰাজপথত জ্বলিল অৰুণাচলৰ ৰাজ্যপালৰ পুত্তলিকা

লখিমপুৰ,6 জুন: ৰাজ্যপাল বি ডি মিশ্ৰাৰ পুত্তলিকা দাহ কৰি ৰাজপথত হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰিলে হুংকাৰ৷ ৰাজ্যপালে NHPC সম্পৰ্কে কৰা মন্তব্য উঠাই লোৱাৰ প্ৰতিবাদত পুত্তলিকা দাহ কৰে সংগঠনটোৰ সদস্যই৷ উল্লেখ্য যে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ কোনো নিষধাজ্ঞা নাই বুলি মন্তব্য কৰিছিল অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰাই৷ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংঠনটোই কয় যে ৰাজ্যপালৰ এই কথাই NHPCৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত উদগনিহে যোগাইছে৷

ABOUT THE AUTHOR

...view details