ETV Bharat / state
Anti Corruption Mission: উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া - Sub Treasury office Bihpuria
দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিহপুৰীয়াৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া ৷ NPSৰ ধন মোকলাই দিয়া নামত এজন শিক্ষকৰ পৰা বিচাৰিছিল 3 হাজাৰ টকাৰ উৎকোচ (Arrested for taking bribe at Bihpuria)৷
![Anti Corruption Mission: উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া Anti Corruption arrested officials at Bihpuria](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17233103-thumbnail-3x2-dfjvn.jpg)
বিহপুৰীয়াৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়াক গ্ৰেপ্তাৰ
By
Published : Dec 17, 2022, 3:09 PM IST
| Updated : Dec 17, 2022, 3:47 PM IST
- দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিহপুৰীয়াৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া(Junior account assistant Jagat Ch Nath)
উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া
- ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বিহপুৰীয়া উপ-কোষাগাৰৰ বিষয়া জগত চন্দ্ৰ নাথ(Sub Treasury office Bihpuria)
- NPSৰ ধন মোকলাই দিয়া নামত এজন শিক্ষকৰ পৰা বিচাৰিছিল 3 হাজাৰ টকাৰ উৎকোচ(Arrested for taking bribe at Bihpuria)
- বৃহনলা পেগু নামৰ শিক্ষকজনৰ পৰা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ঘোচখোৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়াজন(Anti Corruption arrested officials at Bihpuria)
Last Updated : Dec 17, 2022, 3:47 PM IST