- লখিমপুৰৰ নাৰায়ণপুৰত সংঘটিত হ'ল এক আজৱ কাণ্ড
- জীৱনদায়িনী ঔষধৰ মাজৰ পৰা ওলাল কীট
- বৃহস্পতিবাৰে প্লাষ্টিকৰ এটা টিউবৰ ভিতৰত গ্ৰাহকে প্ৰত্যক্ষ কৰিলে ক’লা আঁহ জাতীয় কীট
- 2018 চনৰ আগষ্ট মাহত তৈয়াৰ আৰু 2020 চনৰ জুলাই মাহলৈকে ম্যাদ আছিল ঔষধটোৰ
- ফাৰ্মাচীয়ে ডিষ্টিব্যুটৰৰ লগত এই বিষয়ত যোগাযোগ কৰে যদিও কোনো সুদুত্তৰ নাপালে গ্ৰাহকে
- বৰ্তমান সময়ৰ এয়াই চৰম সত্য ৰাজ্যৰ স্বাস্থ্য বিভাগৰ
- কিন্তু প্ৰশ্ন হয় এই সমূহ বৰবিহৰ পৰা কিদৰে পৰিত্ৰাণ পাব ৰোগীয়ে ?
জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালিঃ ঔষধৰ ভিতৰত জীৱিত কীট - কীট
বৃহস্পতিবাৰে প্লাষ্টিকৰ এটা টিউবৰ ভিতৰত গ্ৰাহকে প্ৰত্যক্ষ কৰিলে ক’লা আঁহ জাতীয় কীট ৷ উল্লেখ্য যে, 2018 চনৰ আগষ্ট মাহত তৈয়াৰ আৰু 2020 চনৰ জুলাই মাহলৈকে ম্যাদ আছিল ঔষধটোৰ ৷
জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালিঃ ঔষধৰ ভিতৰত জীৱিত কীট