অসম

assam

ETV Bharat / state

বিধায়ক অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সেৱামূলক কাৰ্যসূচী - বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ সফলতাৰ দ্বিতীয় বর্ষপূৰ্তি ৷ এই উপলক্ষে 'সেৱাই সংগঠন'ক মূলমন্ত্ৰ হিচাপে লৈ ক’ভিড প্ৰট’কলৰ নীতি নিয়ম মানি বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সমষ্টিটোৰ দৰিদ্ৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী, চেনিটাইজাৰ আৰু মাস্ক বিতৰণ ৷

amiyo-bhuyan-bihpuria-help-poor-on-behalf-of-complete-of-2nd-year-of-modi-governtment
বিধায়ক অমিয় কুমাৰ ভূঞা নেতৃত্বত সেৱামূলক কাৰ্যসূচী

By

Published : May 30, 2021, 8:32 PM IST

বিহপুৰীয়া, 30 মে': দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ সফলতাৰ দ্বিতীয় বর্ষপূৰ্তি উপলক্ষে 'সেৱাই সংগঠন'ক মূলমন্ত্ৰ হিচাপে লৈ ক’ভিড প্ৰট’কলৰ নীতি নিয়ম মানি চলি জনসেৱা মূলক কাৰ্যসূচী হিচাপে দেওবাৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সমষ্টিটোৰ দৰিদ্ৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী, চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে ৷

বিধায়ক অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সেৱামূলক কাৰ্যসূচী

ইয়াৰ সমান্তৰালকৈ যুৱ মৰ্চাৰ সদস্যসকলে নাৰায়ণপুৰ আৰু বিহপুৰীয়া নগৰ অঞ্চলত চেনিটাইজ কৰে । এই সেৱামূলক কাৰ্যসূচীৰ জৰিয়তে সমষ্টিটোৰ অন্তৰ্গত ১৮ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৮০ টা ৱাৰ্ডৰ লগতে নাৰায়ণপুৰ আৰু বিহপুৰীয়া পৌৰসভাৰ আটাইকেইটা ৱাৰ্ড সামৰি লয় ।‌

লগতে পঢ়ক :চিৰাঙৰ কাজলগাঁৱত বোমাতংক

ABOUT THE AUTHOR

...view details