নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পক লৈ লখিমপুৰত প্ৰতিবাদ - LAKHIMPUR
NHPC কৰ্তৃপক্ষৰ পুত্তলিকা দাহ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজকলৈ লখিমপুৰত তীব্ৰ প্ৰতিবাদ
লখিমপুৰ,১৮ ফেব্ৰুৱাৰীঃ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত পুনৰ হৈ উঠিছে সৰৱ দল সংগঠনসমূহ। সোমবাৰে লখিমপুৰৰ ৰাজপথত NHPC কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ লগতে NHPC কৰ্তৃপক্ষৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে ।