বিহপুৰীয়া, 10 জানুৱাৰী :নিৰ্বাচন আহিলেই অসম গণ পৰিষদৰ নেতা সকলৰ চেহেৰা ৰঙীণ হৈ পৰে ৷ অগপৰ সাংগঠনিক ক্ষেত্ৰলৈ ক'ৰ পাৰ টকা আহে ? দেওবাৰে সাংবাদিক সম্বোধন কৰি এইদৰে অসম গণ পৰিষদক কটাক্ষ কৰিলে অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই ৷
অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ? - অসম গণ পৰিষদ
দেওবাৰে সাংবাদিক সম্বোধন কৰি অসম গণ পৰিষদক কটাক্ষ কৰিলে অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই ৷ তেওঁ অগপৰ সভাপতি অতুল বৰাক লক্ষ্য কৰি কয়, সমষ্টিহীন অতুল বৰা ৷ অতুল বৰাৰ 21’ ৰ নিৰ্বাচনী অংকত অজন্তা নেওগে খেলি মেলি লগালে বুলি মন্তব্য প্ৰকাশ কৰে AJP ৰ নেতা শইকীয়াই ৷
![অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ? ajp-leader-questioned-atul-bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10192224-thumbnail-3x2-www.jpg)
অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ?
অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ?
তেওঁ অগপৰ সভাপতি অতুল বৰাক লক্ষ্য কৰি কয়, সমষ্টিহীন অতুল বৰা ৷ অতুল বৰাৰ 21 ৰ নিৰ্বাচনী অংকত অজন্তা নেওগে খেলি মেলি লগালে বুলি মন্তব্য প্ৰকাশ কৰে AJP ৰ নেতা শইকীয়াই ৷ ইয়াৰ সমান্তৰালভাৱে কা' আন্দোলনৰ সময়ত মন্ত্ৰীত্ব ত্যাগ কৰি তিনি মাহ ধৰি মন্ত্ৰীত্ব পৰা আঁতৰত আছিল অতুল বৰা ৷ মন্ত্ৰীত্ব পৰা আঁতৰত থকা সময়ছোৱাত অতুল বৰাই দৰমহা লৈছিল নে বুলিও প্ৰশ্ন উত্থাপন কৰে অচ্যুৎ শইকীয়াই ৷
লগতে পঢ়ক :এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ