অসম

assam

লখিমপুৰত দুৰ্ঘটনাত কণমানিৰ মৃত্যু

By

Published : Apr 22, 2019, 7:39 PM IST

লখিমপুৰৰ তিনঠেঙীয়াত সোমবাৰে এক পথ দুৰ্ঘটনাত এটি 4 বছৰীয়া শিশুৰ থিতাতে মৃত্যু হয় ৷ পথ পাৰ হ’বলৈ চেষ্টা কৰোঁতেই এখন পিক আপ ভানৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ ৷

LAKHIMPUR ACCIDENT

লখিমপুৰ, 22 এপ্ৰিল: সোমবাৰে লখিমপুৰৰ তিনঠেঙীয়াত এক পথ দুৰ্ঘটনাত এটি 4 বছৰীয়া শিশুৰ থিতাতে মৃত্যু হয় ৷ পথ পাৰ হ’বলৈ চেষ্টা কৰোতেই এখন পিক আপ ভানৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ ৷

LAKHIMPUR ACCIDENT

উক্ত ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত ৰাইজে এএছ 07 এচি 5490 নম্বৰৰ ভানখনৰ ক্ষতি কৰাৰ চেষ্টা কৰে যদিও পাছত বঙালমৰা আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details