লখিমপুৰ,২৬ জুন:আজি প্ৰকাশ পালে NRC অতিৰিক্ত খচৰা। এই অতিৰিক্ত খচৰাখনত লখিমপুৰ জিলাৰ নাওবৈছা উন্নয়ন খণ্ডৰ দ'লহাত সোনাপুৰ কেন্দ্ৰত বাদ পৰিছে ৭ টা পৰিয়ালৰ ১৩ জন লোকৰ নাম।
লখিমপুৰৰ সোনাপুৰ কেন্দ্ৰত অতিৰিক্ত খচৰাত বাদ পৰিল ১৩ জনৰ লোকৰ নাম
লখিমপুৰ,২৬ জুন:আজি প্ৰকাশ পালে NRC অতিৰিক্ত খচৰা। এই অতিৰিক্ত খচৰাখনত লখিমপুৰ জিলাৰ নাওবৈছা উন্নয়ন খণ্ডৰ দ'লহাত সোনাপুৰ কেন্দ্ৰত বাদ পৰিছে ৭ টা পৰিয়ালৰ ১৩ জন লোকৰ নাম।
ইপিনে ১০ বজাৰ পাচতো NRC কেন্দ্ৰ সমূহত নিজৰ নাম চাবলৈ জনসাধাৰণৰ ভিৰ পৰিলক্ষিত নহ'ল। উল্লেখ্য যে NRCত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে ১১ জুলাইৰ ভিতৰত নথি পত্ৰ জমা দি পুনৰ আবেদন কৰিব পাৰিব।