কোকৰাঝাৰ,3অক্টোবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী পাকৰিগুৰী গাঁৱতো বন্যহস্তীৰ জাকে বিনষ্ট কৰিছে বহুকেইটা বাসগৃহৰ লগতে খেতি-পথাৰ ৷
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত বন্যহস্তীৰ আতংক - বক্সা ব্যাঘ্ৰ প্ৰকল্প
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী পাকৰিগুৰী গাঁৱতো বন্যহস্তীৰ জাকে বিনষ্ট কৰিছে বহুকেইটা বাসগৃহৰ লগতে খেতি-পথাৰ ৷ ইপিনে বক্সা ব্যাঘ্ৰ প্ৰকল্পৰ ভলকা ৰেঞ্জৰ অন্তৰ্গত অঞ্চলটোত বন বিভাগৰ এটা দল উপস্থিত হৈ হাতী খেদিবলৈ চেষ্টা কৰে ৷

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত বন্যহস্তীৰ আতংক
ইপিনে বক্সা ব্যাঘ্ৰ প্ৰকল্পৰ ভলকা ৰেঞ্জৰ অন্তৰ্গত অঞ্চলটোত বন বিভাগৰ এটা দল উপস্থিত হৈ হাতী খেদিবলৈ চেষ্টা কৰে যদিও হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই ৷ তাকে লৈ এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷
লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ