অসম

assam

ETV Bharat / state

পৰিৱেশ দিৱসত শিশুৰ মাজত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ - প্ৰমিলা ৰাণী ব্ৰহ্ম

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বৃক্ষ ৰোপণৰ পাচত সাংবাদিকৰ আগত কয় যে, 'গছ থাকিলেহে মানুহ জীয়াই থাকিব ৷' এই বাৰ্তা কণ-কণ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰচাৰ কৰিবলৈ এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অতিৰিক্ত সঞ্চালক ভূমি সংৰক্ষণ বিভাগৰ জিতেন তালুকদাৰো উপস্থিত থাকে।

World Environment Day .

By

Published : Jun 5, 2019, 11:10 PM IST


কোকৰাঝাৰ, 5 মে: সমগ্ৰ ৰাজ্যৰ লগতে বিটিএডিৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত উদযাপন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস। জিলাখনৰ পাতগাওঁ চেৰমাংগা নৈৰ পাৰত অসমৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে কণ কণ শিশুক লৈ প্ৰায় 200 জোপা গছ ৰোপণ কৰে।

কণ কণ শিশুক লৈ গছ পুলি ৰোপণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ


বিটিচি ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত নৈৰ পাৰৰ প্ৰায় 500 বিঘা মাটিত গছ ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে গছ ৰোপণৰ পাচত সাংবাদিকৰ আগত কয় যে গছ থাকিলেহে মানুহ জীয়াই থাকিব এই বাৰ্তা কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত জাগ্ৰত কৰিবলৈ এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত অতিৰিক্ত সঞ্চালক ভূমি সংৰক্ষণ বিভাগৰ জিতেন তালুকদাৰো উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details