অসম

assam

By

Published : Sep 10, 2022, 1:20 PM IST

ETV Bharat / state

ছেৰফাংগুৰিৰ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক ধনদাবী

ধন দাবীত সাঙোৰ খাইছে নিষিদ্ধ ঘোষিত সংগঠন কে এল অ'ৰ নাম(KLO involved in Serfanguri firing incident) ৷ ধন দাবীত জৰিত দুজন কে এল অ'ৰ লিংকমেনক আটক কৰিছে আৰক্ষীয়ে ৷

serfanguri-businessman-sunil-mondal-demands-money
সেৰফাংগুৰীৰ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক ধনদাবী

  • ছেৰফাংগুৰি গুলীচালনা ঘটনাৰ নতুন মোৰ(Serfanguri firing incident)
  • আকৌ ধন দাবী ছেৰফাংগুৰিৰ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক
  • ধন দাবীত সাঙোৰ খাইছে নিষিদ্ধ ঘোষিত সংগঠন কে এল অ'ৰ নাম
  • ধন দাবীত জৰিত দুজন কে এল অ'ৰ লিংকমেনক আটক
  • আৰক্ষীয়ে আটক কৰিছে বিষ্ণু ৰায় আৰু তাপস ৰায়ক
  • দুয়োৰে ঘৰ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি নাৰাবাৰীত

ABOUT THE AUTHOR

...view details