অসম

assam

ETV Bharat / state

কোকৰাঝাৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰত-ভূটান আলোচনাচক্ৰ - NERSWN

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসম সীমান্তৱৰ্তী অঞ্চলৰ পানীৰ সমস্যা দূৰ কৰিবলৈ আয়োজন কৰা হয় এই আলোচনাচক্ৰ ৷ আলোচনাচক্ৰত অংশগ্ৰহণ কৰে ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জী আৰু অসমৰ হৈ NERSWN, Oxfam India, TROSA আৰু আৰণ্যকে ৷

কোকৰাঝাৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰত-ভূটান আলোচনাচক্ৰ

By

Published : Jun 23, 2019, 4:12 PM IST

কোকৰাঝাৰ, 23 জুনঃ কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় এক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৷ ভাৰত-ভূটানৰ মাজত পানীৰ সমস্যা দূৰীকৰণক লৈ অনুষ্ঠিত হয় শীৰ্ষক আলোচনাচক্ৰখনি ৷

কোকৰাঝাৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰত-ভূটান আলোচনাচক্ৰ

''Trans-Boundary Cooperation for Management of Water Risks between India and Bhutan'' নামে অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনিত অংশগ্ৰহণ কৰে ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জীৰ নেতৃত্বত অহা এটি সজাঁতী দলৰ লগতে অসমৰ কেবাটাও বেচৰকাৰী সংগঠনে ৷ NERSWN, Oxfam India, TROSA আৰু আৰণ্যকৰ বহুকেইগৰাকী শীৰ্ষ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা আলোচনাচক্ৰখনিত অসমৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত দুয়োখন দেশৰ মাজৰ নদীসমূহৰ পানীৰ বহনক্ষম ব্যৱহাৰৰ ওপৰত এখনি চুক্তিও সম্পাদন কৰা হয় ৷

ABOUT THE AUTHOR

...view details