অসম

assam

ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল ৰমেশ বেইস

By

Published : Jul 20, 2019, 4:30 PM IST

বৰ্তমানৰ ৰাজ্যপাল কাপ্তান সিং চোলানকীৰ কাৰ্যকালৰ ম্যাদ উকলিব 26 জুলাইত ৷ বাজপেয়ী কেবিনেটত মন্ত্ৰী আছিল বেইস ৷

ত্ৰিপুৰাত নতুন ৰাজ্যপাল ৰমেশ বেইস

কৰিমগঞ্জ, 20 জুলাই : ত্ৰিপুৰাত নতুন ৰাজ্যপাল নিযুক্তি ৷ ৰাজ্যখনত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৰমেশ বেইসে ৷ ত্ৰিপুৰাৰ বৰ্তমানৰ ৰাজ্যপাল কাপ্তান সিং চোলানকীৰ কাৰ্যকালৰ ম্যাদ উকলিব 26 জুলাইত ৷ নৱনিযুক্ত ৰাজ্যপাল ৰমেশ বেইস বাজপেয়ী কেবিনেটত কেন্দ্ৰীয় মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ABOUT THE AUTHOR

...view details