হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়ো - বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী
বিটিএডিত নিৰ্বাচনী বতাহ । ক্ৰমাৎ তুংগত বিভিন্ন ৰাজনীতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। দিনটোত ইপিনে যদি হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ আনফালে প্ৰমোদ বড়োৰ প্ৰচাৰ।

হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়োৰ
কোকৰাঝাৰ, 7 মাৰ্চঃ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰমোদ বড়োৰ বাক্ যুদ্ধই এতিয়া স্থান পাইছে প্ৰতিটো নিৰ্বাচনী সভাত। এইদৰে আকৰ্ষণীয় হবলৈ ধৰিছে বিটিচি নিৰ্বাচনী যুঁজ ।
হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়ো
Last Updated : Mar 7, 2020, 4:13 PM IST