কোকৰাঝাৰ,4 জুনঃকোকৰাঝাৰ প্ৰশাসনক লৈ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিশেষ বৈঠক ৷ কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই মেলত জিলা উপায়ুক্ত ভাস্কৰ ফুকন,বিধায়ক ৰবিৰাম নাৰ্জাৰী,মাজেন্দ্ৰ নাৰ্জাৰী,বিভাগীয় বিষয়া আৰু জিলাৰ চক্ৰ বিষয়ালোক উপস্থিত থাকে ৷
বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকক সংস্থাপন দিব প্ৰমিলা ৰাণী ব্ৰহ্মই - বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক সংস্থাপন দিয়াৰ পৰিকল্পনা এগৰাকী মন্ত্ৰীৰ
মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিশেষ পৰিকল্পনা ৷ বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক সংস্থাপন দিয়াৰ পৰিকল্পনা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷
বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক সংস্থাপন দিয়াৰ পৰিকল্পনা এগৰাকী মন্ত্ৰীৰ
উল্লেখ্য যে, কোকৰাঝাৰ জিলা প্ৰশাসনে জনোৱা মতে কোকৰাঝাৰ জিলাত বৰ্তমানলৈ ৮০০০ ৰো অধিক শ্ৰমিক বহিঃ ৰাজ্যৰ পৰা আহি জিলাত প্ৰৱেশ কৰিছে। চৰকাৰৰ নিয়ম অনুযায়ী শ্ৰমিক সকলক কৰ্ম সংস্থাপন দিয়াৰ কাম অতি খুব কম দিনৰ ভিতৰতে আৰম্ভ কৰিম বুলি উল্লেখ কৰে কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে।
লগতে পঢ়কঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা