- কোকৰাঝাৰত ডাইনীকাণ্ডৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৰণ ৰাভা, নিতাই ৰাভা, মাৰুণ ৰাভা, ৰাঙগৰ ৰাভা,পগুৰ ৰাভা আৰু ৰামেশ্বৰ ৰাভা
- ধৃত লোক কেইজনে জোৰনাগ্ৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনীৰ সন্দেহত গাঁও এৰি যাবলৈ নিৰ্দেশ দিছিল
- ইতিমধ্যে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ডাইনীকাণ্ডৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ
কোকৰাঝাৰৰ ডাইনীকাণ্ডৰ লগত জড়িত 6 জনক গ্ৰেপ্তাৰ - কোকৰাঝাৰ
কোকৰাঝাৰত আৰক্ষীয়ে ডাইনীকাণ্ডৰ লগত জড়িতৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
![কোকৰাঝাৰৰ ডাইনীকাণ্ডৰ লগত জড়িত 6 জনক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4101141-thumbnail-3x2-d.jpg)
ডাইনীকাণ্ডৰ অভিযোগত 6 জনক গ্ৰেপ্তাৰ