কোকৰাঝাৰ, 15 মেঃ অত্যাধুনিক পৰিমানে ৰাসায়নিক চেনিটাইজাৰ ব্যৱহাৰে মানৱ দেহৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়টেক‘নলজি বিভাগৰ উদ্যোগত সম্পূৰ্ণভাবে জৈৱিক চেনিটাইজাৰ নিৰ্মান কৰিছে । বায়টেক‘নলজি বিভাগৰ উদ্যোগত নিৰ্মান কৰা উক্ত টানেলটো সম্প্ৰতি বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰৱেশ দুৱাৰৰ লগতে স্থাপন কৰা হৈছে আৰু বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰা সকলোৱে টানেলৰ জৰিয়তে চেনিটাইজ কৰে ৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্বয়ংক্ৰিয় জৈৱিক চেনিটাইজাৰ টেনেল নিৰ্মাণ - অ‘তমেট্ৰিক জৈৱিক
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ফেকাল্টি অব চাইন্স এণ্ড টেকনলজি বিভাগৰ সন্দীপ দাসৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অ‘তমেট্ৰিক জৈৱিক চেনিটাইজাৰ টেনেল নিৰ্মাণ
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ফেকাল্টি অব চাইন্স এণ্ড টেকনলজি বিভাগৰ সন্দেপ দাসৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইপিনে বিশ্ববিদ্যালয় খনৰ এই বিভাগটোয়ে মাস্ক, পিপি কিত, হেণ্ড চেনিটাইজাৰ নিৰ্মান কৰি সুলভ মূল্যত জনসোধাৰণক প্ৰদান কৰিছে ।
লগতে পঢ়কঃ ডাঃ ভৱজ্যোতি বৰাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ