অসম

assam

ETV Bharat / state

এনটিপিচি বঙাইগাঁৱত ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন - এনটিপিচিৰ পূৰ্বোত্তৰ এলেকাৰ হেডকোৰ্টাৰ

যিটো যন্ত্ৰই ৰে'ল এখনে পিছুওৱাৰ সময়ত ৰঙা পোহৰৰ বিচ্ছুৰণ আৰু চাইৰেনযুক্ত হ’ব বুলি বুধবাৰে এনটিপিচিয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে । ৰে'লগাড়ী পিছুওৱাৰ ক্ষেত্ৰত পৰ্টেবল এলাৰ্ট চিষ্টেমৰ উদ্ভাৱন এনটিপিচিৰ পূৰ্বোত্তৰ এলেকাৰ হেডকোৱাৰ্টাৰ (দুই) ভিতৰত এয়াই সৰ্বপ্ৰথম বুলি জানিব পৰা গৈছে ।

এনটিপিচি বঙাইগাঁৱৰ ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন
এনটিপিচি বঙাইগাঁৱৰ ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন

By

Published : Jan 6, 2021, 10:15 PM IST

কোকৰাঝাৰ,৬ জানুৱাৰী :কোকৰাঝাৰ জিলাৰ ছালাকাটিত থকা এনটিপিচিৰ বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পত কয়লা সৰবৰাহৰ বাবে ইমানদিনে দুৰ্ঘটনা ঘটাৰ আশংকা থকা সত্বেও ৰে'ল এখনে পিছুৱাই (reverse ) কাৰ্য সম্পাদন কৰিব লগা হৈছিল । অৱশেষত ছালাকাটিত থকা এনটিপিচিৰ বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পই ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ৷

এনটিপিচি বঙাইগাঁৱৰ ৰিমট চালিত পৰ্টেবল এলাৰ্ট চিষ্টেম উদ্ভাৱন

যিটো যন্ত্ৰই ৰে'ল এখনে পিছুওৱাৰ সময়ত ৰঙা পোহৰৰ বিচ্ছুৰণ আৰু চাইৰেনযুক্ত হ’ব বুলি বুধবাৰে এনটিপিচিয়ে এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে । ৰে'লগাড়ী পিছুওৱাৰ ক্ষেত্ৰত পৰ্টেবল এলাৰ্ট চিষ্টেমৰ উদ্ভাৱন এনটিপিচিৰ পূৰ্বোত্তৰ এলেকাৰ হেডকোৱাৰ্টাৰ (দুই) ভিতৰত এয়াই সৰ্বপ্ৰথম বুলি জানিব পৰা গৈছে । বুধবাৰে তাৰবিহীন, ৰিমটচালিত পৰ্টেবল এলাৰ্ট চিষ্টেমৰ আনুষ্ঠানিকভাৱে উদ্ভোধন কৰে এনটিপিচি, বঙাইগাঁওৰ মুখ্য সাধাৰণ প্ৰৱন্ধক সুব্ৰত মণ্ডলে । উক্ত অনুষ্ঠানত সাধাৰণ প্ৰৱন্ধক (এম) ৰমাকান্ত পাণ্ডা, সহকাৰী সাধাৰণ প্ৰৱন্ধক অজয় কুমাৰ দত্ত আদিকে ধৰি বহু বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :বিজেপিৰ সভাৰ বাবে বন্ধ হ'ল তিনিখনকৈ বিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details