অসম

assam

ETV Bharat / state

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে উন্মোচন কৰিলে বড়ো লোকগীতৰ চিডি

বড়ো গায়িকা আনেয়া ব্ৰহ্মৰ কণ্ঠত বড়ো লোকগীতক আধুনিকতাৰ নতুন ৰূপ দিয়া "গৌদৌনি ৰৈছুমই" শীৰ্ষক লোকগীতৰ চিডি উন্মোচন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

বড়ো লোকগীতৰ চিডি উন্মোচন

By

Published : Nov 22, 2019, 5:45 PM IST

কোকৰাঝাৰ,22 নৱেম্বৰঃ কোকৰাঝাৰত বড়ো লোকগীতৰ চিডি উন্মোচন কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ লোকসংগীত শিল্পী আনেয়া ব্ৰহ্মৰ কণ্ঠত বড়ো লোকগীতক আধুনিকতাৰ পৰশেৰে নতুন ৰূপ দিয়াৰ চেষ্টা ৷ আনেয়া ব্ৰহ্মৰ "গৌদৌনি ৰৈছুমই"শীৰ্ষক গীতৰ চিডি উন্মোচন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰ চহৰৰ গৌৰাং ভেলি হোটেলত আনুষ্ঠানিকভাৱে এই চিডিখনৰ উদ্বোধন কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

বড়ো লোকগীতৰ চিডি উন্মোচন

উল্লেখ্য যে, লোকসংগীতৰ এনে চৰ্চা দেখি যথেষ্ট উৎফুল্লিত হৈ পৰাৰ লগতে সংগীত শিল্পীগৰাকীক এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

বড়ো লোকগীতৰ চিডি উন্মোচন

লগতে চাওকঃটিম আমিষৰ মুখেৰে শুনক ব্যতিক্ৰমধৰ্মী ছবি আমিষৰ বিষয়ে

ABOUT THE AUTHOR

...view details