অসম

assam

ETV Bharat / state

প্ৰস্তুতি সম্পূৰ্ণ , অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ... - বড়ো শান্তি চুক্তিৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অনুষ্ঠানৰ বিষয়ববীয়াই

অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ...
অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ...

By

Published : Feb 6, 2020, 9:25 PM IST

কোকৰাঝাৰ, ৬ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰৰ জাখ্ৰিংখাই পথাৰত শুকুৰবাৰলৈ অনুষ্ঠিত হ'বলগীয়া বিজয় উৎসৱক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অনুষ্ঠানৰ বিষয়ববীয়াই । ইতিমধ্যে হাজাৰ হাজাৰ এবছুৰ সেচ্ছাসেৱক আহি উপস্থিত হৈছেহি জাখ্ৰিংখাই পথাৰত । ইয়াৰোপৰি নিৰাপত্তাৰক্ষীৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল । কেৱল দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বিষয়ববীয়াসকল। উল্লেখ্যে যে বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰৰ জাখ্ৰিংখাই পথাৰত কাইলৈ অনুষ্ঠিত হবলগীয়া বিজয় উৎসৱত প্ৰায় 4 লাখ লোকৰ সমাগম হব বুলি জানিবলৈ দিছে কৰ্ম-কৰ্তাসকলে ।

অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ...

For All Latest Updates

ABOUT THE AUTHOR

...view details