- দীৰ্ঘদিন ধৰি উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন
- একাংশ শিক্ষকৰ নেতৃত্বত বিদ্যালয়খনত দুৰ্নীতিৰ অভিযোগ
- প্ৰধান শিক্ষকে বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ
- 1979 চনতে স্থাপন কৰা হৈছিল এই প্ৰাথমিক বিদ্যালয়খন
- ২-৩ দিন ধৰি অনুপস্থিত থাকে শিক্ষক
- সংবাদ মাধ্যমে সোধপোছ কৰাত পোহৰলৈ আহে এই তথ্য
কোকৰাঝাৰত মধ্যাহ্ন- ভোজন কেলেংকাৰী : সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী
কোকৰাঝাৰ বিটিচিৰ উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত একাংশ শিক্ষকৰ দুৰ্নীতিৰ ফলত বন্ধ হৈ পৰিছে মধ্যান্ন-ভোজন । ২-৩ দিন ধৰি শিক্ষক অনুপস্থিত থকা এই বিদ্যালয়খনত প্ৰধান শিক্ষকে বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ৷
মধ্যান্ন - ভোজন কেলেংকাৰী