অসম

assam

By

Published : Dec 10, 2019, 10:52 AM IST

ETV Bharat / state

কোকাৰাঝাৰতো পৰিছে নেছ’ৰ 11 ঘন্টীয়া বন্ধৰ প্ৰভাৱ

সমগ্ৰ উত্তৰ-পূৱৰ লগতে বিটিএডিৰ মুখ্য চহৰ কোকাৰাঝাৰতো পৰিছে বন্ধৰ ব্যাপক প্ৰভাৱ ৷ কোকৰাঝাৰৰ জেডি ৰোড,প্ৰগতি ভৱন আদিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

Kokrajhar NESO bandh impact
কোকাৰাঝাৰতো পৰিছে নেছ’ৰ 11 ঘন্টীয়া বন্ধৰ প্ৰভাৱ

কোকৰাঝাৰ, 10 ডিচেম্বৰঃ মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে 11 ঘন্টীয়া অসম বন্ধৰ আহ্বান নেছ’ৰ ৷ সমগ্ৰ উত্তৰ-পূৱৰ লগতে বিটিএডিৰ মুখ্য চহৰ কোকাৰাঝাৰতো পৰিছে বন্ধৰ ব্যাপক প্ৰভাৱ ৷ কোকৰাঝাৰৰ জেডি ৰোড, প্ৰগতি ভৱন আদিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

কোকাৰাঝাৰত নেছ’ৰ বন্ধৰ প্ৰভাৱ

আছুৰ কেন্দ্ৰীয় নেতা নৱজিত ৰায়ে কয় যে, ‘অসম তথা অসমীয়া জাতি,মাটি,ভেটি ধ্বংস কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছে ৷ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোৱে ঐক্যৱদ্ধভাৱে যুঁজ দিব লাগিব আৰু আমি যুঁজি যাম ৷’

আৰু পঢ়ক- নেছ’ৰ 11 ঘন্টীয়া বন্ধঃ ব্যাপক প্ৰভাৱ গুৱাহাটী শিৱসাগৰত

ABOUT THE AUTHOR

...view details