অসম

assam

ETV Bharat / state

গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

আৰক্ষী বিষয়াসহ তিনি কনিষ্টবলৰ দেহত ধৰা পৰিছে ভয়াৱহ ক'ৰণা ভাইৰাছ ৷

By

Published : Jul 4, 2020, 8:02 AM IST

Updated : Jul 4, 2020, 9:16 AM IST

গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা
গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

কোকৰাঝাৰ, 4 জুলাইঃ

গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা
  • কোকৰাঝাৰত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা
  • আৰক্ষী বিষয়াসহ তিনি কনিষ্টবল কৰ'ণাত আক্ৰান্ত
  • ফকিৰাগ্ৰাম আৰক্ষী চকীত ASI সহ দুজন কনিষ্টবলৰ দেহত ধৰা পৰিছে কভিড19
  • আক্ৰান্ত আৰক্ষী বিষয়াগৰাকী হৈছে ASI ৰামচৰণ দাস
  • আন দুজন কনিষ্টবল হ'ল থবেন ব্ৰহ্ম আৰু প্ৰসেনজিত ৰায়
  • কোকৰাঝাৰ আৰ এন বি কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তিনি আৰক্ষীক
  • তিনিজন আৰক্ষীৰ সংস্পৰ্শলৈ অহা লোকক হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ
  • কোকৰাঝাৰ চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ চাৱনিতো এজনৰ দেহত কোভিড পজিটিভ
  • ইমৰান আলি নামৰ এজন চিপাহীৰ দেহত ধৰা পৰিছে কোভিড ১৯ পজিটিভ
  • আক্ৰান্ত লোক কেইজনৰ কোনো এজনৰে নাই ভ্ৰমণ বৃত্তান্ত
  • কোকৰাঝাৰত গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে ৰাইজ
Last Updated : Jul 4, 2020, 9:16 AM IST

ABOUT THE AUTHOR

...view details