অসম

assam

ETV Bharat / state

ডিফুৰ ফুটবল টুৰ্ণামেণ্টত বিজয়ীৰ মুকুট কোকৰাঝাৰ দললৈ - ক্ষীৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্ট

৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ চূডান্ত খেলৰ বিজয়ীৰ মুকুট লাভ কৰে কোকৰাঝাৰ দলে ৷ উত্তেজনাপূৰ্ণ খেলখনত কোকৰাঝাৰ দলৰ হাতত পৰাস্ত হয় মৰিগাঁও ৷

ফুটবল টুৰ্ণামেণ্টত বিজয়ী মুকুট লাভ কৰিলে কোকৰাঝাৰ দলে

By

Published : Sep 2, 2019, 8:20 AM IST

Updated : Sep 2, 2019, 10:29 AM IST

ডিফু,1ছেপ্টেম্বৰ: অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত দেওবাৰে ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত অনুষ্ঠিত হয় এখন ফুটবল টুৰ্ণামেণ্ট ৷ ৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলে বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰে 3-1 গলত পৰাস্ত কৰে মৰিগাঁওক ৷ টুৰ্ণামেণ্টখনত মেন অব দ্যা মেছৰ সম্মান লাভ কৰে কোকৰাঝাৰৰ দলৰ ৰাকেব বসুমতাৰীয়ে ৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙে ৷

ফুটবল টুৰ্ণামেণ্টত বিজয়ী মুকুট লাভ কৰিলে কোকৰাঝাৰ দলে
Last Updated : Sep 2, 2019, 10:29 AM IST

ABOUT THE AUTHOR

...view details