কোকৰাঝাৰ, 3 মে' : বিগত 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে 1000 কোটি টকা কেলেংকাৰী কৰাৰ অভিযোগ ৷ কেইজনমান ঠিকাদাৰক হাতৰ মুঠিত লৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন চাপ্লাইৰ নামত এই বৃহৎ ধন লুন্ঠন কৰাৰ অভিযোগ উখাপন কৰে ইউপিপিএলৰ নেতা তথা বিটিআৰ চুক্তিৰ অন্যতম ব্যক্তি পৃথিৱী নাৰায়ণ দেৱ মেচয়ে ৷
দেওবাৰে কোকৰাঝাৰত এখন সংবাদমেলত এই অভিযোগ উখাপন কৰে ইউপিপিএলৰ নেতা গৰাকীয়ে ৷