কোকৰাঝাৰ, 22 মাৰ্চ:নিৰ্বাচন দিনচমু চাপি অহাৰ লগে লগে ৰাজনৈতিকদলসমূহৰলগতেতৎপৰ হৈছে ছাত্ৰ সংগঠন সমূহ ৷ সমান্তৰালকৈবিপিএফৰো স্থিতিতীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷শুকুৰবাৰেগোসাঁইগাঁৱৰ হাবৰুবিলত একসমূহীয়া সভা অনুষ্ঠিত হয় ৷
বিপিএফৰ যুৱ মঞ্চ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ যৌথ সভা - ৰাজনীতি দল
বিপিএফৰ যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু বড়োলেণ্ড ছাত্ৰ সন্থা(বি এছ ইউ) ৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত সভাখনত নিৰ্বাচন সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰা হয় ৷
বিপিএ ফৰ যুৱ মঞ্চ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ যৌথ সভা
শুকুৰবাৰেবিপিএফৰ যুৱ মঞ্চৰকেন্দ্ৰীয় সমিতি আৰু বড়োলেণ্ড ছাত্ৰ সন্থা(বি এছ ইউ) ৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত সভাখনত নিৰ্বাচন সম্পৰ্কে বিভিন্ন দিশ আলোচনা কৰা হয়। লগতে দলৰ হৈ কাম কৰি যোৱাৰ উদগনি দিয়ে বিপিএফ দলৰ শীর্ষ নেতৃবর্গই । লোক সভা নিৰ্বাচনত যাতে ৫নং কোকৰাঝাৰ লোক সভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম জয়ী হয় তাৰ বাবে কাম কৰি যাবলৈ আহ্বান বিপিএফৰ যুৱ দল আৰু ছাত্ৰ সংগঠনটো ।