কোকৰাঝাৰ,14 নৱেম্বৰঃ দিপাৱলীৰ দিনাই কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ ভাওঁৰাগুৰি (মান্দাৰপাৰাত) সংঘটিত হয় এই দুৰ্ঘটনাতো ৷
দিপাৱলীৰ দিনাই কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা - kokrajhar accident
দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ইপিনে গুৰুতৰভাৱে আহত দুই বাইক আৰোহীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

দিপাৱলীৰ দিনাই কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
উল্লেখযোগ্য যে, দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুঘটনাতো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ইপিনে গুৰুতৰভাৱে আহত দুই বাইক আৰোহীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে দুৰ্ঘটনাগ্ৰস্ত বাইকদুখনৰ নম্বৰ ক্ৰমে AS-16-A 1930 আৰু AS-15-E 7659 ৷