অসম

assam

ETV Bharat / state

গোসাইগাঁৱত এবিএমছুৰ প্ৰতিবাদ - কোকৰাঝাৰ

জইছ ই মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে

গোসাইগাঁৱত এবিএমছুৰ প্ৰতিবাদ

By

Published : Feb 16, 2019, 8:55 PM IST

কোকৰাঝাৰ,১৬ ফেব্ৰুৱাৰীঃ শ্ৰীৰামপুৰত শনিবাৰে এবিএমছুৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত জইছ ই মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজাহাৰৰ পুত্তলিকা দাহ কৰা হয়। কাশ্মীৰত সুৰক্ষা বাহিনীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদতেই এবিএমছুৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

গোসাইগাঁৱত এবিএমছুৰ প্ৰতিবাদ

এবিএমছুৰ নেতা-কৰ্মী সকলে প্ৰতিবাদ জনাই পাকিস্তান মুৰ্দাবাদ , সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ নচলিব,মাছুদ আজাহাৰ হুছিয়াৰ আদি ধ্বনিৰে গোসাইগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ চলোৱা সকলৰ ওপৰত প্ৰতি আক্ৰমণ চলাবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৰ সদস্য়সকলে।

ABOUT THE AUTHOR

...view details