অসম

assam

By

Published : Oct 22, 2020, 9:32 PM IST

ETV Bharat / state

ধৰ্ম গুৰু "মাহাৰ্ষি বাথৌ ৰত্ন স্বৱামী নবীন ব্ৰহ্ম তীৰ্থ" ট্ৰাষ্ট গঠন

ধৰ্ম গুৰু "মাহাৰ্ষি বাথৌ ৰত্ন স্বৱামী নবীন ব্ৰহ্ম তীৰ্থ"ৰ আদৰ্শকলৈ সংগঠনটোয়ে সামাজিক উন্নয়ন, শান্তিৰ বাবে ৰাজ্যত কাম কৰি আহিছিল ৷

kokorajhar  bathou rotno trust
ধৰ্ম গুৰু "মাহাৰ্ষি বাথৌ ৰত্ন স্বৱামী নবীন ব্ৰহ্ম তীৰ্থ" ট্ৰাষ্ট গঠন

কোকৰাঝাৰ, 22 অক্টোবৰঃবৃহস্পতিবাৰে বড়ো জনগোষ্ঠীৰ পৰম্পৰা আৰু অন্যতম ধৰ্ম গুৰু হিচাবে পৰিচিত 'মহাৰ্ষি বাথৌ ৰত্ন স্বৱামী নবীন ব্ৰহ্ম তীৰ্থ " ট্ৰাষ্ট গঠন কৰে ৷ লগতে ট্ৰাষ্টে আনুষ্ঠানিক ভাবে বেংকৰ এটা একাউন্ট নম্বৰো মুকলি কৰে ৷

ধৰ্ম গুৰু "মাহাৰ্ষি বাথৌ ৰত্ন স্বৱামী নবীন ব্ৰহ্ম তীৰ্থ" ট্ৰাষ্ট গঠন
উল্লেখযোগ্য যে, ধৰ্ম গুৰু "মাহাৰ্ষি বাথৌ ৰত্ন স্বৱামী নবীন ব্ৰহ্ম তীৰ্থ"ৰ আদৰ্শকলৈ সংগঠনটোয়ে সামাজিক উন্নয়ন, শান্তিৰ বাবে ৰাজ্যত কাম কৰি আহিছিল ৷

বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত এখন ধৰ্মীয় সভা আয়োজনত পূৰ্ণাংগ ভাবে ট্ৰাষ্টৰ বেংক একাউন্ট নম্বৰ 39685107537, IFSC-SBIN0007379 ৰাজ্য তথা ভক্তৰ বাবে মুকলি কৰি দিয়ে ট্ৰাষ্টৰ কৰ্তৃপক্ষই ৷ উক্ত ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে ৰঞ্জন ব্ৰহ্ম চৌধুৰী আৰু আহ্বায়ক হিচাবে গোবিন্দ ঠাকুৰ সহ মুঠ ৭ জনীয়া সদস্যৰে ট্ৰাষ্টখনো গঠন কৰে ৷

লগতে পঢ়কঃ স্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

ABOUT THE AUTHOR

...view details