কোকৰাঝাৰ 19 মাচৰ্ঃ শ্ৰীৰামপুৰত পথ দুৰ্ঘটনাত মেঘালয়ৰ এগৰাকী মহিলা নিহত হয় ৷ আন এজন গুৰুতৰ ভাবে আহত হয় কোকৰাঝাৰ জিলাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ ডামৰাপাৰাত আজি ৰাতিপুৱা পথ দুৰ্ঘটনাত আহত ব্যক্তি জনক গুৰুতৰ অৱস্থাত টতাতৈয়াকৈ গোসাইগাঁৱৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা ৷ হয়।দামৰাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথত পুৱা মটৰচাইকেল অহা আৰোহী দুজনক মহটিয়াই নিয়ে এখন বাৰ চকীয়া ট্ৰাকে। ফলত থিতাতে নিহত হয় ৷অঞ্জ্লি মহন্ত নামৰ মহিলা গৰাকী । শিমুলটাপু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে ।
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত পথ দুৰ্ঘটনা - মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে ।
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত পথ দুৰ্ঘটনা ৷ মেঘালয়ৰ এগৰাকী মহিলা নিহত হয় ৷ শ্ৰীৰামপুৰৰ ডামৰাপাৰাত আজি ৰাতিপুৱা পথ দুৰ্ঘটনাত আহত ব্যক্তি জনক গুৰুতৰ অৱস্থাত টতাতৈয়াকৈ গোসাইগাঁৱৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা
![কোকৰাঝাৰৰ শ্ৰীৰামপুৰত পথ দুৰ্ঘটনা kokorajahar road accident one women death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6464086-thumbnail-3x2-kk.jpg)
শ্ৰীৰামপুৰত পথ দুৰ্ঘটনা
কোকৰাঝাৰৰ শ্ৰীৰামপুৰত পথ দুৰ্ঘটনা
লগতে পঢ়কঃগোলাঘাটত নাবালিকাক ধৰ্ষণ