- ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷
- কোকৰাঝাৰত এই ৰোগত মৃত্যু হৈছে 1 জন লোকৰ ৷
- ইয়াৰ বিপৰীতে আক্ৰান্ত হৈ আছে 9 জনকৈ লোক ৷
- মৃত লোক দুজন ক্ৰমে ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম, সামাইনা মুছাহাৰী ৷
- 2018 চনত জিলাখনৰ 7 জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ হোৱাৰ বিপৰীতে মৃত্যু হৈছিল 3 জনৰ ।
- জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত সজাগতা সভা, ফগিং, ঔষধিকৰণ অব্যাহত ৰাখিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ।
- কিন্তু স্বাস্থ্য কেন্দ্ৰত জাপানীজ এনকেফেলাইটিছৰ ভেকচিন নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
- ৰাজ্যখনত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 126 জন লোকৰ ৷