অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ভাৰতীয় সেনাই মেৰামতি কৰিলে পথ - ভাৰত-ভূটান সীমান্ত

ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ জোৱানৰ লগতে শতাধিক গাঁওবাসীয়ে একত্ৰিত হৈ ভাৰত-ভূটান সীমান্তৰ কোকৰাঝাৰ-উল্টাপানী সংযোগী পথটো মেৰামতি কৰে ৷

কোৰাঝাৰত ভাৰতীয় সেনাই মেৰামতি কৰিলে পথ

By

Published : Sep 5, 2019, 12:29 PM IST

Updated : Sep 9, 2019, 2:48 PM IST

কোকৰাঝাৰ, 5 চেপ্তেম্বৰঃকোকৰাঝাৰত ভাৰতীয় সেনা আৰু গাঁওবাসীয়ে একত্ৰিত হৈ ভাৰত-ভূটান সীমান্তৰ গড়কাপ্তানী পথ মেৰামতি কৰে ৷ ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ জোৱানৰ লগতে শতাধিক গাঁওবাসীয়ে একত্ৰিত হৈ ভাৰত-ভূটান সীমান্তৰ কোকৰাঝাৰ-উল্টাপানী সংযোগী পথটো মেৰামতি কৰে ৷

কোৰাঝাৰত ভাৰতীয় সেনাই মেৰামতি কৰিলে পথ

কোকৰাঝাৰ-উল্টাপানী সংযোগী 10 কিলোমিটাৰ দৈৰ্ঘৰ পথটো ঘন হাবিৰে আৱৰি ধৰাৰ ফলত পথটোত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে৷ সেনাৰ সৈতে সহযোগ কৰা স্থানীয় লোক সকলক সেনাই খাদ্যৰ লগতে অনান্য সুবিধা সমূহ প্ৰদান কৰে ৷

Last Updated : Sep 9, 2019, 2:48 PM IST

ABOUT THE AUTHOR

...view details