অসম

assam

ETV Bharat / state

গোসাইগাঁৱত উলহ মালহেৰে পালন ঈদ-উল ফিতৰ

সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোক সকলে ব্যাপক উলহ মালহেৰে পালন কৰিলে ঈদ-উল ফিতৰ । অতীতৰ দুখ, কষ্ট, বেদনা পাহৰি প্ৰতিজন মুছলমানে মিলিত হয় ঈদৰ প্ৰৱিত্ৰ দিনটোত ।

গোসাইগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ

By

Published : Jun 5, 2019, 3:59 PM IST

Updated : Jun 5, 2019, 4:23 PM IST

গোসাইগাঁও 5 জুন : গোসাইগাঁও মহকুমাৰ হাছৰাওবাৰীত ঈদ-উল ফিতৰকলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোক সকলে ব্যাপক উলহ মালহেৰে পালন কৰি ঈদ-উল ফিতৰ । ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ ।অতীতৰ প্ৰতিকূলতা দূখ, কষ্ট, বেদনা পাহৰি প্ৰতিজন মুছলমানে মিলিত হয় ঈদৰ দিনা । এজনে আনজনৰ কান্ধত কান্ধ মিলাই জনায় ঈদৰ শুভেচ্ছা ।

গোসাইগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ

লগতে পঢ়ক: কাবিলৰ পিছত নিজৰ অভিনয়ৰে আকৌ জিলিকিছে ঋত্বিক ৰোশন

ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ । এজনে আন জনৰ পৰা বিচাৰে ক্ষমা প্ৰাৰ্থনা। কামনা কৰে শান্তি-প্ৰগতি ।

Last Updated : Jun 5, 2019, 4:23 PM IST

ABOUT THE AUTHOR

...view details