অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ভোটদান কৰিলে হাগ্ৰামাই - Hagrama Casted Vote

নিজ পত্নীৰ সৈতে একেলগে আহি ভোটদান কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

কোকৰাঝাৰত ভোটদান কৰিলে হাগ্ৰামাই

By

Published : Apr 23, 2019, 2:59 PM IST

কোকৰাঝাৰ, 23 এপ্ৰিলঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ কোকৰাঝাৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

কোকৰাঝাৰত ভোটদান কৰিলে হাগ্ৰামাই

দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিজ পত্নী শেৱালী মহিলাৰীৰ সৈতে একেলগে ভোটাধিকাৰ সাব্যস্ত কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ভোটাধিকাৰ সাব্যস্ত কৰি অসমৰ 14খন আসনৰ ভিতৰত 12খনেই মিত্ৰজোঁটে লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মহিলাৰীয়ে ৷

ABOUT THE AUTHOR

...view details