কোকৰাঝাৰ,24 জুনঃকোকৰাঝাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বুধবাৰে আটক হয় চাৰি অপহৰণকাৰী ৷ আটক কৰা যুৱক চাৰি গৰাকী ক্ৰমে কাজিগাঁও থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ অক্ষয় ছাংমা(২৫),বগৰিবাৰী থানাৰ অন্তৰ্গত মাটিয়াধল গাঁৱৰ ছৌল মাৰাক(২২),কপিল ব্ৰহ্ম আৰু সুনীল বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে | লগতে আৰক্ষীয়ে যুৱক চাৰিগৰাকীৰ পৰা এটা ৭.৬৫ এম এমৰ এটি পিস্তল উদ্ধাৰ কৰে |
কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক - FOUR KIDNAPPER ARRESTED
কোকৰাঝাৰৰ গোসাঁইগাঁও অপহৰণ কাণ্ডৰ লগত জৰিত চাৰি অপহৰণকাৰীক গোসাঁইগাঁও আৰক্ষীৰয়ে আটক কৰে ৷
![কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7747811-thumbnail-3x2-baksha.jpg)
কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক
কোকৰাঝাৰত চাৰি অপহৰণকাৰীক আটক
লগতে চাওকঃ গোসাইগাঁৱত চালকক অপহৰণ কৰি হত্যাঃ চাৰিজনক আটক