কোকৰাঝাৰ, 11 মে’: প্ৰাক্তন সাংসদ চৰণ নাৰ্জাৰী ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ কোকৰাঝাৰৰ নিজ বাসগৃহৰ স্নানাগাৰত পিচলি পৰিছিল তেওঁ ৷ 80 উৰ্ধৰ নেতাগৰাকীৰ ভৰি ভঙা বুলি জনায় চিকিৎসকে ৷ বৰ্ষীয়ান নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ কথা গম পাইয়ে নেতা, কৰ্মী আৰু অজস্ৰ গুণমুগ্ধই ভিৰ কৰে চিকিৎসালয়ৰ চৌহদ ৷
প্ৰাক্তন সাংসদ চৰণ নাৰ্জাৰী চিকিৎসাধীন - চৰণ নাৰ্জাৰী
80 উৰ্ধৰ নেতাগৰাকীৰ ভৰি ভঙা বুলি জনায় চিকিৎসকে
প্ৰাক্তন সাংসদ চৰণ নাৰ্জাৰী চিকিৎসাধীন
লগতে পঢ়ক: হাইলাকান্দিৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা সন্দিহান
1972 চনত তেওঁ বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷