অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বান সামান্য পৰিমাণে উন্নত - improve

কোকৰাঝাৰৰ বানপানী সামান্য উন্নত হৈছে যদিও  দোতোমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকাৰগাঁওত গঙিয়া নদীৰ খহনীয়া আজিও অব্যাহত আছে ৷ যাৰ ফলত ১৬ টা পৰিয়াল আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে।

কোকৰাঝাৰত বান সামান্য পৰিমাণে উন্নত

By

Published : Jul 13, 2019, 3:59 AM IST

Updated : Jul 13, 2019, 4:32 AM IST

কোকৰাঝাৰ 13 জুলাইঃ :কোকৰাঝাৰৰ বানপানী সামন্য উন্নত হৈছে যদিও দোতোমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকাৰগাঁওত গঙিয়া নদীৰ খহনীয়া আজিও অব্যাহত আছে ৷ যাৰ ফলত ১৬ টা পৰিয়াল আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে।

কোকৰাঝাৰত বান সামান্য পৰিমাণে উন্নত

কোকাৰাঝাৰৰ উপায়ুক্ত পাৰ্থ মজুমদাৰে সংবাদ মাধ্যমত জনোৱা মতে কোকৰাঝাৰৰস্থিত প্ৰায় বোৰ নদী বিপদ সীমাৰ তলত বৈ আছে, কেৱল গৌৰাং নৈৰ নদীৰ সমান্যভাৱে বিপদ সীমাৰ ওপৰত আছে বুলি জানিবলৈ দিয়ে ৷ লগতে উপায়ুক্ত গৰাকীয়ে কয় যে দুৰ্যোগ বিভাগ সতৰ্ক হৈ আছে আৰু খহনীয়াক প্ৰতিৰোধ কৰিবৰ কাৰনে আগন্তক সময়চোৱাত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে৷

Last Updated : Jul 13, 2019, 4:32 AM IST

ABOUT THE AUTHOR

...view details