বিজনীত ইউ পি পি এলৰ নিৰ্বাচনী সভাত ইউ জি ব্ৰহ্ম - ষ্টিয়াৰিং সমিতি গঠন
দুৰ্নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ প্ৰতিশ্ৰুতি দলটোৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ ৷ বিপিএফ তথা অন্য দলৰ পৰা ভোটাৰসকলে ইউ পি পি এল দললৈ ঢাপলি মেলিছে বুলি দাবী কৰে ব্ৰহ্মই ৷

ইউ পি পি এল দলৰ নিৰ্বাচনী ষ্টিয়াৰিং সমিতি গঠন
চিৰাং, 19 মাৰ্চ :৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মি তীব্ৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷
ইউ পি পি এল দলৰ নিৰ্বাচনী ষ্টিয়াৰিং সমিতি গঠন