অসম

assam

ETV Bharat / state

নলাকলৈ চিন্তিত কোকৰাঝাৰবাসী - BTC URBAN DEVELOPMENT

নলাক লৈ আতংকত কোকৰাঝাৰৰ চহৰৰ ৰাইজ ৷ পৌৰ সভা বা বিটিচি প্ৰশাসনৰ নগৰ উন্নয়ন বিভাগে নলাসমূহ চাফ-চিকুণ নকৰাত সমাগত বাৰিষাক লৈ আতংকিত হৈ পৰিছে ৰাইজ ৷

নলাক লৈ আতংকত কোকৰাঝাৰৰ চহৰৰ ৰাইজ

By

Published : Jun 11, 2019, 7:29 PM IST

কোকৰাঝাৰ , 11 জুন : বাৰিষাৰ আগমূহুৰ্তত এতিয়া এটা নলা আতংকৰ কাৰণ হৈ পৰিছে কোকৰাঝাৰবাসীৰ বাবে ৷ কিয়নো বাৰিষা আহি পালেও যদিও বৰ্তমালেও কোকৰাঝাৰ চহৰৰ মাজেৰে বৈ যোৱা নলাসমূহ বৰ্তমানেও পৌৰ সভা বা বিটিচি প্ৰশাসনৰ নগৰ উন্নয়ন বিভাগে চাফ-চিকুণ নকৰাত ক্ষোভিত হৈ পৰিছে কোকৰঝাৰ চহৰৰ ৰাইজ ৷ বিভাগটোৰ অমনোযোগিতাৰ ফলতে চহৰবাসীয়ে প্ৰতিবছৰে বাৰিষা সময়ছোৱাত যমৰ-যাতনা ভোগ কৰি অহাৰ লগতে ভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে ।

নলাক লৈ আতংকত কোকৰাঝাৰৰ চহৰৰ ৰাইজ

ABOUT THE AUTHOR

...view details